"আই ফোন আৰু বোপাই চেনি"
"আই ফোন আৰু বোপাই চেনি" আপেলে মানে Apple এ কালি বজাৰত মুকলি কৰিছে তেওঁলোকৰ নতুন iPhone ছিৰিজ ১৮ ৰ। ইয়াৰ কেইবাটাও মডেল আৰু ভাৰ্ছন আছে। দাম বেছি নহয়🙏😭 Apple Duo (2TB) মডেলৰ নতুন ফোন এটাৰ দাম মাত্ৰ ৪,৪৯,৯০০.০০ টকা 🙀 !!! 🍎📱 আমাৰ প্ৰায়সকল সাধাৰণ মানুহৰেই বছেৰেকীয়া ইনকামতকৈ অধিকেই হ'ব এই দাম 😁 সেয়েহে যিসকলে নিজৰ ধনেৰে কিনিব ওলাইছে বা পাৰিছে, ইয়াৰ পৰাই সেৱা যাচিলোঁ 🙏 ফোনটো ওলাইছে যেতিয়া বিক্ৰীটো হ'বই। সামৰ্থবান সকলে গহীনত কিনিব আৰু বাকী ক্ৰেটাসকলেও কিনিব নিজৰ সামৰ্থৰ বলতেই, তাকেই যেনিবা ধনৰ সামৰ্থ্যৰে নহয় আৰু.....😀 ফোনটো কিনিলে বাৰু, আৰু কি লাগে? কিয় নাইট ক্লাব, ড্ৰেছ-পোছাক, পাৰ্লাৰ, মেকআপ, ৰেষ্টুৰেণ্ট, বিদেশ ভ্ৰমণ... আৰু Instagram ত জীৱনটো যে সদায় “Luxury Mode”ত দেখুৱাব নালাগিব জানো?! 😂 এতিয়া ইমান খৰচৰ পিছত নিজৰ পকেটটোৱে যদি কয়— “ভন্টি, মোৰ ইমান capacity নাই আৰু!” তেনেতেই আধুনিক অভিধানৰ এটা শব্দ/ উপায় মনলৈ আহিব- 'Sugar Daddy'😀 কিন্তু Sugar Daddy কি বস্তু?🤔 প্ৰথমে ভাবিছিলোঁ—চুগাৰ বেছি হোৱা মানুহ নেকি? পিছত গম পালোঁ, নহয়! ইয়া...